Tumgik
#AssamCulture
desupporttourism · 27 days
Text
Tumblr media
A Shillong and Guwahati tour offers a delightful blend of natural beauty and cultural richness. Shillong, known as the "Scotland of the East," charms visitors with its lush hills, waterfalls, and vibrant local culture. Don't miss the serene Umiam Lake and the bustling Shillong Market. Guwahati, the gateway to Northeast India, is home to the revered Kamakhya Temple and the scenic Brahmaputra River. Explore the rich history at Assam State Museum and enjoy a river cruise at sunset. Together, these cities provide a perfect mix of tranquility, spirituality, and adventure.
0 notes
dugo838 · 6 months
Text
FinAssam: Empowering Financial Literacy in Assam
Tumblr media
FinAssam is an initiative aimed at bolstering financial literacy and inclusion in the state of Assam, India. Through strategic partnerships, educational programs, and accessible resources, FinAssam endeavors to equip individuals and communities with the knowledge and skills necessary to make informed financial decisions. By fostering a culture of financial empowerment, FinAssam seeks to enhance economic resilience and promote sustainable development across Assam. Join us in our mission to build a financially literate and prosperous Assam for all.
0 notes
mewaruniversity · 2 months
Text
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
#Mewar_University_In_Media :: सत्रीय नृत्य में रंगरुपा बोरा ने सभी का दिल जीता
नई दिल्ली में 8 जुलाई से 2 अगस्त के बीच सत्रीय केंद्र, गुवाहाटी ऑफ संगीत नाटक अकादमी द्वारा सत्रीय नृत्य पर आधारित एक वर्कशॉप आयोजित की गई��� यह संगीत नाटक अकादमी भारत सरकार के संस्कृति मंत्रालय का एक स्वायत निकाय है। इसमें मेवाड़ यूनिवर्सिटी के नृत्य विभाग के सत्रीय विद्या की स्टूडेंट रंगरुपा बोरा ने भाग लेकर अपनी प्रतिभा का प्रदर्शन कर वहां मौजूद सभी लोगों का दिल जीत लिया।
मेवाड़ विश्वविद्यालय की कला एवं संस्कृति विभाग की महानिदेशिका प्रो. (डॉ.) चित्रलेखा सिंह ने बताया कि संगीत नाटक अकादमी दिल्ली के सचिव राजू दास ने स्टूडेंट को प्रमाण पत्र देकर सम्मानित किया। इस वर्कशॉप में असम राज्य के विभिन्न सांस्कृतिक संगठनों ने हिस्सा लिया था। मेवाड़ यूनिवर्सिटी के चेयरपर्सन डॉ. अशोक कुमार गदिया और कुलपति प्रो. (डॉ.) आलोक मिश्रा ने उनके वर्कशॉप मे प्रतिभाग करने और प्रमाण पत्र प्राप्त करने पर उन्हें बधाई दी। विशेष जानकारी यह है कि सत्रीय विद्या का शास्त्रीय नृत्य केवल भारत में मेवाड़ विश्वविद्यालय में सिखाया जाता है। जानकारी के मुताबिक सत्रीय नृत्य असम का शास्त्रीय नृत्य है और यह आठ मुख्य भारतीय शास्त्रीय नृत्य परंपराओं में से एक है।
#SattriyaDance #SangeetNatakAkademi #MewarUniversity
#AssamCulture #IndianClassicalDance #Culture #DanceWorkshop #IndianCulture #Guwahati #NewDelhi #Assam #DancePerformance #ArtAndCulture #Dance #ClassicalDance #DanceTraining #CulturalSignificance #AdmissionOpen2024 #TopUniversityInRajasthan #KnowledgeToWisdom #BestUniversityInRajasthan #UnityInDiversity #IndianCulture
1 note · View note
chotanewsyt · 11 months
Text
Special Story On Assam Diwali Celebration - Swachh Diwali Shubh Diwali | @chotanewstelugu
Special Story On Assam Diwali Celebration – Swachh Diwali Shubh Diwali | @chotanewstelugu #diwali2023 #diwalispecial #chotanewstelugu #chotanews #dailynews #shortnews #shortnewsapp #assamesenewstoday #assamculture ChotaNews Telugu offers a platform for viewers to explore the world of science and technology. Discover inspiring stories of triumph and discover the latest innovations. Join us on a…
View On WordPress
0 notes
thebarmanofficial · 2 years
Photo
Tumblr media
Happy Bihu 🎉🎊 . . . . . . . . . . . . #bihu #bihuphotoshoot #assam #assamese #assamdiaries #gamusa #culture #assamculture #assamculture❤️ #love #family #assamphotography #Jorhat #jorhatdiaries #jorhatlife #jorhatians #jorhatdiaries❤️ (at Jorhat, Assam, India) https://www.instagram.com/p/CcXbWNdPeCF/?igshid=NGJjMDIxMWI=
0 notes
thatlovabledrug · 4 years
Photo
Tumblr media
Be in love with nature, atleast they don't change frequently 🌾🍃 . . . . . . . . . . . . . #durgapujalook #kolkatadurgapuja #durgapuja2020 #sarodiyadurgotsav #thatlovabledrug #kolkatarpujo #siliguritimes #kumortuli #bengalitraditional #axomiyasuwali #bengaltradition #kolkatadays #kashphool #axomiyajiyori #shiuliphool #kolkatadaires #guwahatiphotographer #assamculture #axomiyashoots #durgapujakolkata #maaasche #kumortulidiaries #kolkataillusion #kolkatainstagram #bongculture #maaaschen #kolkatapujo #pujopujobhab #storiesofbengal #kashful🌾 (at কাশবন) https://www.instagram.com/p/CF2KKPVHOyc/?igshid=1gi4s1oltll37
0 notes
bannu93 · 4 years
Photo
Tumblr media
#assamculture #jagannathtemple #jaimahakaal #lord #godisgoodallthetime #jaipur #guru #today #perth (at Ahmednagar, Maharashtra) https://www.instagram.com/p/CFH14melB94/?igshid=ewzq40tccdpc
0 notes
eventours · 5 years
Photo
Tumblr media
ll Take the first step in faith. You don’t have to see the whole staircase, just take the first step ll . ____________________________________ AC⚡DC Garage Since none of us knows what the future holds, the idea of new beginnings can feel terrifying at times. However, if you focus on that which is optimistic and encouraging, starting afresh can be an exciting time. _____________________________________ Starting a new venture with the Blessings of Goddess Kamakhya with a " Bhoomi Pujan". #ACDCGarage #NewStart #Venture #Capitalist #business #garage #carsofinstagram #NutsNBolts #Repairs #NewYear2000 #assamculture #godsplan #kamakhyatemple #faithoverfear #startabusiness #startupbusiness #kiaseltos #huyndai #marutisuzuki #guwahatidiaries #guwahatiplus #guwahati #guwahaticity #tatamotors #skoda #verna (at Borbari) https://www.instagram.com/p/B62fdWlnrLO/?igshid=1aecde4re3535
0 notes
ritiriwaz · 6 years
Link
0 notes
rabhaofficialpage · 4 years
Text
আমাৰ ৰাভা সকলৰ কিছু চমুকৈ লিখিবলৈ চেষ্টা কৰিছোঁ ।
সামাজিক প্ৰথা আৰু বিয়া বাৰু :-- ৰাভাসকলৰ পুৰণি সমাজ ব্যৱস্থাত মদৰ প্ৰচলন আছিল । আলহী- অতিথিক মদেৰে আদৰ-অভ্যৰ্থনা জনাইছিল যদিও বৰ্তমান অলপ হ্ৰাস পাইছে ।মাতৃপ্ৰধান সমাজ ব্যৱস্থা আছিল যদিও সম্প্ৰতি আমাৰ ৰাভা জনগোষ্ঠীয়ে শিক্ষা -সংস্কৃতি আৰু সভ্যতাৰ পথত আগবাঢ়ি অহাৰ বাবে পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰ প্ৰচলন হৈছে । পূৰ্বতে বিয়া বাৰু হোৱাৰ পাছত স্বামী স্ত্ৰীৰ ঘৰলৈ গৈছিল । ছোৱালীবোৰে পিতৃ-মাতৃৰ সম্পত্তিবোৰৰ ভাগ পাইছিল । বৰ্তমান মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা হ্ৰাস পালেও একেবাৰে বিলুপ্তি ঘটা নাই ।
সাজ-পাৰ: -- হস্তশিল্প আৰু সাজ -পাৰ বয়নত ৰাভাসকল বৰ নিপুন । প্ৰতিগৰাকী তিৰোতাই কাপোৰ ব'ব জানে । আমাৰ ৰাভা জনগোষ্ঠীৰ কুমাৰী "অপিলা ৰাভাই ১৯৯১ চনত আৰু আফ্ৰিকা ৰাভাই ১৯৯৩ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলি গৌৰৱ কঢ়িয়াই আনিছিল ।
ৰাভাসকলৰ মহিলাৰ সাজ-পাৰ কাম্বাং , ৰৌফান, পীগী । ৰাভা তিৰোতাই বিয়াৰ আগতে কীম কন্তঙত কাপোৰ ব'ব জনাটো বাধ্যতামূলক ।
উৎসৱ: -- আমাৰ জনগোষ্ঠীৰ নামত বিভিন্ন উৎসৱৰ প্ৰচলন আছে । ৰাভাসকলে বা বায়খো, সংবায়, ঋষিপূজা, সংকনৰেমি আদি উৎসৱ মিলি-জুলি পালন কৰোঁ । এই উৎসৱবোৰত খোৱা-বোৱাৰ লগতে গীত-মাত পৰিবেশন কৰি ৰং-ধেমালি কৰা ।
বায়খো উৎসৱৰ নৃত্য: -- অসম আৰু মেঘালয়ৰ ৰাভাসকলৰ উল্লেখ্যযোগ্য বসন্ত উৎসৱ বায়খো ।ই মূলত:কৃষি উৎসৱ । কৃষি কাৰ্যৰ আৰম্ভণিৰ লগে লগে ইয়াক পালন কৰা হয় । এই উৎসৱত পুৰোহিত প্ৰমুখ্যে সমাজৰ মুৰব্বীসকলে "হয়মাৰু" গীত গায় । "হয়মাৰু" দেৱস্ত্ততি আৰু আমাৰ ৰাভা সকলৰ প্ৰাচীন বীৰ-বীৰংগনাসকলৰ স্মৃতি বিজড়িত কাহিনী গীত । এই উৎসৱত আবিয়ৈ যুৱক-যুৱতীসকলে "ছাথাৰ" গীত গায় । " বায়খো" পূজাত ৰাভা যুৱক-যুৱতীৰ প্ৰণয়মূলক নৃত্য-গীত পৰিবেশনৰ যোগেদি যৌন -সম্ভোগৰ এটি অনুভূতি জাগ্ৰত কৰিবলৈ বসুমতীক ইংগিত দিয়ে , যাতে আমাৰ ৰাভাসকলৰ খেতি ভৰপক হয় । "ছাথাৰ" গীতবোৰত বিহুৰ সৈতে সাদৃশ্য মন কৰিবলগীয়া ।
Some picture credit by Nika Hadu and Nasini Dora
সমাপ্ত
ৰাজীব ৰাভা
টিক্ৰীকিল্লা
#rabha321 #rabha_official_page
#rabha #rabhapeople #rabhaculture #rabha #rabhacommunity #northeast #tabhatribe #assamtribe #indiantribe #assamculture #indianculture #worldculture #tribe #rabhatribe #worldtribe #northeasttribe #awsomeassam #assamtourism #history #rabhahistory #assamhistory #indianhistory #worldhistory #hiretag
instagram
0 notes
thatlovabledrug · 4 years
Photo
Tumblr media
Spend your time with people who helps you to grow 🌾🍃 . . . . . . . . . . . . . #bengalidurgapuja #kolkatadurgapujo #durgapujo2020 #sarodiya #thatlovabledrug #kolkatadurgapujo #siligurichitrography #kumartulidiaries #bengalitraditions #manipurtourism #dehradungirls #bengaltradition #kolkatadorpon #kashphool #kashful #shiuliphool #rajarhat #guwahatiassam #assamculture #axomiyashoots #kumartulicalcutta #bengalipeople #kumartuli #kolkataillusion #kolkatainteriors #bongculture #howrah_bridge #kforkolkata #kalyani #storiesofdurgapuja (at কাশবন) https://www.instagram.com/p/CFw1RtVh8Qk/?igshid=g5uq0awfko93
0 notes
bannu93 · 4 years
Photo
Tumblr media
#assamculture #assamdiaries #guwahati #dibrugarh #kabir🌹🌹 #krsna #godisgoodallthetime #today #jaipur #ajmer https://www.instagram.com/p/CFFU1qXFMYL/?igshid=1pl4dvcy6j06w
0 notes
bannu93 · 4 years
Photo
Tumblr media
ঘৰত বহি লাভ কৰক বিনামূলীয়া ধাৰ্মিক #আধ্যাত্মিক পুথি। অদ্ভূত আধ্যাত্মিক ৰহস্য! ১/জানি লওঁক কামাখ্যা দেৱী, বৈষ্ণু দেৱী,নয়না দেৱী,জ্বলা দেৱী আদি সকলো দেৱী আৰু মন্দিৰৰ বিষয়ে সম্পূৰ্ণ জাননী। ২/ব্ৰহ্মা, বিষ্ণু-মহেশতকৈ ডাঙৰ পূৰ্ণ পৰমাত্মা কোন? ৩/দেৱ-দেৱীৰ বয়স কিমান তথা অমৰ ভগৱান কোন? ৪/পূৰ্ণ সন্ত/গুৰুৰ লক্ষণ কি? এই সকলো আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ জানিবলৈ লাভ কৰক বিনামূলীয়া পুথি "জ্ঞান-গঙ্গা" 👉দেশত সবাতোকৈ অধিক পঢ়া আধ্যাত্মিক পুথি "জ্ঞান-গঙ্গা"ত আছে সকলো শাস্ত্ৰৰ যথাৰ্থ জ্ঞান তথা পূৰ্ণ পৰমাত্মা আৰু তেওঁক প্ৰাপ্ত কৰাৰ সম্পূৰ্ণ বিধি। এই পুথি সকলো ধৰ্ম শাস্ত্ৰৰ জ্ঞানৰ ওপৰত আধাৰিত । আধ্যাত্মিক তত্বজ্ঞানৰ পুথি "জ্ঞান-গঙ্গা" বিনামূলীয়াকৈ লাভ কৰিবৰ কাৰণে নিজৰ👇 নাম:- ই-মেইল:- ফোন নম্বৰ:- Comment box ত দিয়ক। আৰু চাওঁক ঈশ্বৰ টিভি ৰাতি ৮:৩০ বজাত। #guwahati #guwahtitourism #assamculture #assamdiaries #assamfood #cachar #dibrugarh #baksa #sanewschannl (at Guwahati, Assam (North-East)) https://www.instagram.com/p/CECX19HpBv8/?igshid=1ycejy55i8we
0 notes
bannu93 · 4 years
Photo
Tumblr media
অদ্ভূত আধ্যাত্মিক ৰহস্য! #জানি লওঁক দেৱ-দেৱী আৰু কামাখ্যা মা ৰ বিষয়ে অদ্বিতীয় আমোদজনক জাননী । জানি লওঁক ব্ৰহ্মা বিষ্ণু মহেশৰ মাতা-পিতা কোন? ইন্দ্ৰ তথা অন্য দেৱতাৰ আয়ুস কিমান? সেই অবিনাশী পৰমাত্মা কোন? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ আছে পুথি "জ্ঞান-গঙ্গাত"। সন্ত ৰামপাল মহাৰাজৰ দ্বাৰা লিখিত পুথি #জ্ঞান গঙ্গা বিনামূলীয়াকৈ লাভ কৰিবলৈ নিজৰ #নাম:-.... #ই মেইল:-.... #মোবাইল নম্বৰ:-.... Comment box ত দিয়ক। নোট:-এই পুথিখন সকলো সতগ্ৰন্থৰ ওপৰত আধাৰিত। বৰ্তমান lokdown ৰ কাৰণে পুথিখন আপোনাৰ ঘৰলৈকে গৈ নাপাব।সেইকাৰণে আপুনি নিজৰ Email address comment box ত দিয়ক, আপোনাক সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা লিখিত পুথি Mail যোগে পঠিওৱা হ'ব, ধন্যবাদ। চাওঁক👇 ঈশ্বৰ চেনেল-৮:৩০pm #silchar #guwahati #guwahtitourism #baksa #Darjeeling #assamculture #cachar #independenceday2020 (at Cachar Chronicles) https://www.instagram.com/p/CD88XTVpnP1/?igshid=16ybo0ixgiwxf
0 notes
bannu93 · 4 years
Photo
Tumblr media
#chirang #guwahtitourism #guwahati #baksa #dibrugarh #assamculture #assamdiaries #assamfood (at Guwahati, Assam (North-East)) https://www.instagram.com/p/CD1diTsJuL-/?igshid=11gr38g7nlrcy
0 notes
bannu93 · 4 years
Photo
Tumblr media
#biswanath #assamculture #assamdiaries #guwahtitourism #guwahatitimes #dibrugarh অদ্ভূত আধ্যাত্মিক ৰহস্য! #জানি লওঁক দেৱ-দেৱী আৰু কামাখ্যা মা ৰ বিষয়ে অদ্বিতীয় আমোদজনক জাননী । জানি লওঁক ব্ৰহ্মা বিষ্ণু মহেশৰ মাতা-পিতা কোন? ইন্দ্ৰ তথা অন্য দেৱতাৰ আয়ুস কিমান? সেই অবিনাশী পৰমাত্মা কোন? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ আছে পুথি "জ্ঞান-গঙ্গাত"। সন্ত ৰামপাল মহাৰাজৰ দ্বাৰা লিখিত পুথি #জ্ঞান গঙ্গা বিনামূলীয়াকৈ লাভ কৰিবলৈ নিজৰ #নাম:-.... #ই মেইল:-.... #মোবাইল নম্বৰ:-.... Comment box ত দিয়ক। নোট:-এই পুথিখন সকলো সতগ্ৰন্থৰ ওপৰত আধাৰিত। বৰ্তমান lokdown ৰ কাৰণে পুথিখন আপোনাৰ ঘৰলৈকে গৈ নাপাব।সেইকাৰণে আপুনি নিজৰ Email address comment box ত দিয়ক, আপোনাক সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা লিখিত পুথি Mail যোগে পঠিওৱা হ'ব, ধন্যবাদ। চাওঁক👇 ঈশ্বৰ চেনেল-৮:৩০pm (at Biswanath) https://www.instagram.com/p/CDtI_n3J2UL/?igshid=1te04jy4g3x8n
0 notes