Tumgik
#দহ৷Indian
few-favorite-things · 4 years
Text
India China Face Off: পাহাড়ের কোলেই শহিদ জওয়ানদের শেষ শ্রদ্ধা সেনার, বাড়ি ফিরছে কফিনবন্দি দেহ৷Indian army paid last tribute to martyrs in Ladakh confrontation in Leh | national
India China Face Off: পাহাড়ের কোলেই শহিদ জওয়ানদের শেষ শ্রদ্ধা সেনার, বাড়ি ফিরছে কফিনবন্দি দেহ৷Indian army paid last tribute to martyrs in Ladakh confrontation in Leh | national
Tumblr media
লেহ-এর সেনা হাসপাতালে শহিদ জওয়ানদের শেষ শ্রদ্ধা৷ PHOTO- ANI সোমবার লাদাখের গালওয়ানে ১৬ বিহার রেজিমেন্টের জওয়ানদের উপরে অতর্কিতে হামলা চালায় চিনের সেনাবাহিনী৷
#লেহ:অতর্কিতে হামলা চালিয়েছিল শত্রুরা৷ কাঁটা লাগানো লাঠি দিয়ে নৃশংস আক্রমণের মুখেও বীরের মতো লড়েছেন ওঁরা৷ রক্তাক্ত অবস্থায় প্রবল ঠান্ডার মধ্যেই দেশের জন্য প্রাণ দিয়েছেন ২০ জন বীর…
View On WordPress
0 notes
damodarboruah · 3 years
Photo
Tumblr media
গুনগত পাত ! ভাল চাহ পাতৰ এতিয়াও দাম, যদিহে গুণগতৰ মান নহলে অসম চাহৰ বদনাম ; সেয়হে নতুন কৰ্ম্মসংস্কৃতিক আদৰি ভাল পাত উৎপাদন কৰি আকৌ বিশ্বক দেখুৱাই দিয়া প্ৰমাণ ৷ সন্মানিয় কাকডোঙা আঞ্ছলিকৰ ক্ষুদ্ৰ-চাহ খেতিয়ক বন্ধু আৰু শুভাকাংক্ষী সকল ৷ সৰ্ব্বপ্ৰথমে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা গ্ৰহণ কৰিব ৷ আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে পাতৰ গুণাগুণ নিম্নগামী হোৱাৰ বাবত অকচনত পকা পাতৰ চাহিদা কমাত এই বছৰো কেঁচা পাতৰ মূল্য ক্ষুদ্ৰ-চাহ খেতিয়কে দহ টকাৰ তলত পোৱাত বাৰুকৈ এটা দুৰ্ভোগ ভুগিব লগিয়া হৈছিল৷ তাতে এতিয়াও কৰোণাৰ জটিলতা ৷ তৎছ সকলোৰৰ সহযোগিতাত, বিশেষকৈ সদৌ অসম ক্ষুদ্ৰ-চাহ খেতিয়কৰ উদ্যোগত আৰু চৰকাৰৰ বিশেষ হস্তক্ষেপত, আজি ক্ষুদ্ৰ-চাহ খেতিয়ক সকলে অতি কম সময়ৰ ভিতৰত নিম্নতম 40% পাতত Rs 20 প্ৰতি কেজি পাই কিছু হলেও সকাহ পাইছে আৰু পাতৰ গুনাগুনৰ ভিত্তিত আৰু অনাগত দিনত অধিক মূল্য পাব ৷ Assam Agricultural University, Tocklai Research Association, Indian Institute of Plantation Management, Tea Board, Auction ৰ বৈজ্ঞানিক, প্ৰফেচৰ, দক্ষ ব্যক্তি, ছাত্ৰ-ছাত্ৰী সকলে কাকডোঙাত যেনকৈ প্ৰশিক্ষণ দি থৈ গৈছিল আৰু কাঁচি-কটাৰী ব্যৱহাৰ নকৰি হাতেৰে পাত তুলিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছিল ৷ হয়টো এইটো এটা অন্য কাৰণ যাৰ কাৰণে আজি অসমৰ অন্য ঠাইৰ লগত কাকডোঙা খেতিয়ক সকলে দুৰ্ভাগ ভুগিব লগিয়া হৈছে অথচ অসমৰ কিছু ঠাইত ভাল পাত দিয়াৰ কাৰণে আজিও ভাল দাম পাই আছে ৷ আপোনালোকলৈ পূণৰ অনুৰোধ থাকিল, আপোনালোকে কাঁচি-কটাৰীয়ে এহাত দীঘল পাত কটাটো বন্ধ কৰক, হাতেৰে পাত তুলাৰ ব্যৱস্থা কৰক, ভাল পাত যোগান ধৰি, ভাল মূল্য লৈ ৰাজ্য আৰু দেশৰ ৰাজ-ভঁৰাল চহকী কৰিবলৈ আগ বাঢ়ি যাওঁ আহক ৷ সেয়হে কথাৰে নহয়, কামেৰে, ইতিবাচক মনোবৃত্তি লৈ, দূৰদৰ্শী চিন্তাৰে , নতুন কৰ্ম্মসংস্কৃতি আদৰি, সকলোকে লগতলৈ আগ বাঢ়িবৰ হ’ল ৷ অতি সোনকালে কৰোণাৰ জটিলতা কমিলে এখন ৰাজহুৱা সভাত ভবিষ্যতৰ কাৰ্যপন্থা কথা আলোচনা কৰা হব৷ আশা থাকিল এইবাৰ সকলোৱে উপস্থিতি থাকি আমাক সহায় কৰিব ৷ ইন্দ্ৰ বৰা, সভাপতি দামোদৰ বৰুৱা, সম্পাদক সদৌ অসম ক্ষুদ্ৰ-চাহ খতিয়ক সন্থা, কাকডোঙা আঞ্ছলিক, গোলাঘাট, ৭৮৫৬২৬ Photo Courtesy: Google https://www.instagram.com/p/CR-akm2JiHk/?utm_medium=tumblr
1 note · View note
few-favorite-things · 4 years
Text
'ফিরলে, কিন্তু এ ভাবে'? শহিদ মেজর সুদের কফিনবন্দি দেহ আগলে কাতর প্রশ্ন স্ত্রীর
'ফিরলে, কিন্তু এ ভাবে'? শহিদ মেজর সুদের কফিনবন্দি দেহ আগলে কাতর প্রশ্ন স্ত্রীর
'ফিরলে, কিন্তু এ ভাবে'? শহিদ মেজর সুদের কফিনবন্দি দেহ আগলে কাতর প্রশ্ন স্ত্রীর
View On WordPress
0 notes