Tumgik
#খন
alibaba1xk · 1 year
Text
বগুড়ায় পারিবারিক দন্দে এক গৃহবধূ খুন
বগুড়ায় পারিবারিক দন্দে এক গৃহবধূ হত্যার অভিযোগ উঠেছে। নিহত গৃহবধূ জীবন নাহার (৩০) ২ সন্তানের জননী।সে কুটুরবাড়ী গ্রামের পলাশের স্ত্রী। বুধবার সকাল ১১ টার দিকে এ হত্যাকাণ্ড সংগঠিত হয়। স্থানীয়রা জানান, দীর্ঘদিন ধরেই প্রতিবেশীর সাথে জমি জমা সংক্রান্ত বিরোধ চলছিল। সকালে বাড়ির পাশে বাগানে উভয়পক্ষের ঝগড়া সৃষ্টি হয়।এ সময় জীবন নাহার (৩০) কে মাথায় বাশের লাঠির আঘাত করলে সে মাটিতে লুটিয়ে পরে। স্থানীয়রা তাকে…
Tumblr media
View On WordPress
0 notes
Text
শালিন-টিনার 'স্টিকিং' নিয়ে ক্ষুব্ধ সালমান খান
শালিন-টিনার ‘স্টিকিং’ নিয়ে ক্ষুব্ধ সালমান খান
বিগ বস 16 প্রোমো: ‘বিগ বস 16’-এর ‘ফ্রাইডে কা ভার’ মোটামুটি আকর্ষণীয় হবে। হোস্ট সালমান খান পুরো সপ্তাহে পরিবারের সদস্যদের দ্বারা অর্জিত শোষণের হিসাব করতে যান। এই বিষয়ে, বর্তমানের আসন্ন পর্বের একটি প্রোমো ওয়েব জগতে আতঙ্ক তৈরি করছে, যেখানে সালমান খানকে তার গতি এবং বাক্যাংশ সহ টিনা দত্তকে আঘাত করতে দেখা যাচ্ছে। বিগ বস 16 প্রোমো ‘বিগ বস 16’-এর নতুন প্রোমো সোশ্যাল মিডিয়ায় হিট করেছে। এই ক্লিপে,…
Tumblr media
View On WordPress
0 notes
utpalmena · 2 years
Text
The Seventh String
by: Utpal Mena
The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা ��টা চুটি গল্প চিনেমা খনৰ শিপা।
--চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ)
চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ।
শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে।
--ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লোকেল ট্ৰেইন, মানুহৰ দ্ৰুত গতি, ব্যস্ত জীৱন। পৰিচালকে কেইটামাণ শ্বটতে স্পষ্ট কৰিছে। মুম্বাইৰ ঘণ জন অৰণ্যতো যেন নিৰাশক্ত নিষ্ঠা কাশ্যপ। দেউতাকৰ অকাল মৃত্যুত মাকৰ ব্যস্ততা বাঢ়ে। ৰাগিয়াল দ্ৰব্যৰ মাজত জীৱন পাৰ কৰে নিষ্ঠাই। কেইটা মান শ্বটেৰে পৰিচালকে স্পষ্ট কৰে-- নিষ্ঠাৰ নিজা আদৰ্শ আছে, স্পষ্টবাদী, মিছা কৈ বেয়া পায়, সাহসী।
--মুম্বাইত আৰম্ভ হোৱা কাহিনীয়ে অসমলৈ গতি কৰে। "উৰি উৰি যায় পখী..." (কণ্ঠ: জুবিন গাৰ্গ)। নিষ্ঠা আহি অসম পায়। নিষ্ঠা পখী হৈ উৰে। হাঁহি হাঁহি কৈশোৰ পাৰ কৰা নিষ্ঠাৰ চেহেৰালৈ আকৌ হাঁহি আহে। নিষ্ঠাৰ হাঁহি ভৰা চেহেৰাই মাকক আনন্দ দিয়ে। মাকৰ প্ৰশ্নৰ উত্তৰত তাই কয় "ইয়াত" তাইৰ ভাল লাগিছে। লাহে লাহে দৰ্শকৰ সন্মুখত স্পষ্ট হয়, "ইয়াত" নিষ্ঠাৰ প্ৰেম আছিল। ১৩ বছৰ বয়সত তাইৰ জীৱনলৈ প্ৰেম লৈ আহিছিল বাবাদা। বাবাদাৰ ওচৰত ভায়োলিন শিকিছিল; আৰু চেভেন্থ ষ্ট্ৰিঙৰ সন্ধান কৰিছিল।
( নিষ্ঠা: ভায়োলিনৰ তাৰ চাৰি দাল কিয়, পাঁচদাল কিয় নাথাকে?
বাবাদা: পাঁচ দালো থাকে, ইলেকট্ৰিকৰ ছয় দালো থাকে।
নিষ্ঠা: সাতদাল কিয় নাথাকে!
বাবাদা: থাকিবও পাৰে!)
--নিষ্ঠাৰ জীৱনলৈ হাহাকাৰ আনে এই সন্ধানে। সাত নম্বৰ তাঁৰত জীৱনৰ ছন্দ বিছাৰি নাপালে। প্ৰেমত প্ৰতাৰিত হয়। বাবাদাৰ প্ৰতাৰণাই বিশ্বাস আৰু মানুহৰ মাজৰ পৰা আঁতৰাই নিয়ে নিষ্ঠাক। হৃদয়ত বাবা দাদাই দিয়া "হাহাকাৰ"ৰ বোজা লৈ অসম এৰি মুম্বাই লৈ যায়। আৰু মনৰ সেই বোজা লৈয়ে ফুৰিবলৈ আহি অসম পায়। কৈশোৰৰ ভাল লগা সময়বোৰ মনলৈ আহে, চেহেৰালৈ হাঁহি আহে। হাতত পৰে কৈশোৰৰ স্মৃতি থকা ভায়োলিন খনো। কিন্তু কেইটামান দিন। কাহিনী আৰু আগবাঢ়ে। নিষ্ঠা আৰু হাহাকাৰৰ মাজত সোমাই পৰে। আকৌ আত্মহত্যাৰ চেষ্টা। বাবাদাই তাইৰ জীৱনলৈ যে আনিছিল-- "প্ৰেম", সেই প্ৰেম যে কেৱল শাৰিৰীক আছিল, সেয়া আৰু এবাৰ ষ্পষ্ট হোৱাৰ পাছত।
--কাহিনীয়ে শেষ বিন্দুলৈ গতি কৰে। আইতাকে নিষ্ঠাক কয়, "মাজনী গীতাত কৈছে--কৰ্ম কি? আমি বুজা উচিৎ। সিদ্ধ কৰ্ম কি? --আমি তাকো জানিব লাগিব । কৰ্ম শূন্যতা বুজাতো বৰ দৰ্কাৰ। আৰু কৰ্মতত্ব বুজাটো বৰ কঠিন।" আইতাকৰ (অভিনয় কৰিছে পূৰ্ণিমা শইকীয়াই।) মুখত দিয়া এই সংলাপে নিষ্ঠাক (ৰূপালী গল্পটো) শেষ বিন্দুটোলৈ লৈ যায়। মুকলি বাট, মুকলি পথাৰ-আকাশে স্পষ্ট কৰে মুকলি মনৰ নিষ্ঠাক-- "উৰি উৰি যায় পখী..."। মুকলি মনৰ পখী! (কেমেৰাৰ ভাষাৰে ৰেখা সম্পূৰ্ণ)
সুন্দৰ কাহিনী, সু-পৰিকল্পিত ছন্দত আগবঢ়া ৰূপালী গল্প। ভাল লগাৰ প্ৰথম কাৰণ-- গল্প কোৱাৰ কৌশল। পৰিচালকৰ চিনেমেটিক গণিত এনেধৰণৰ: উৎকণ্ঠা + ফ্লেছবেকত কাহিনী নিৰ্মাণ + সৰল ৰৈখিক গতি + কাহিনীৰ লগতে চিনেমা খনৰ ভূগোল, ইতিহাস ক্ৰমে স্পষ্ট + কম ফুটেজতে চৰিত্ৰ বিন্যাস।
ভাল লগাৰ দ্বিতীয় কাৰণ-- অভিনয় আৰু সংগীত। সংগীত বাহাৰুল ইছলামৰ। আৱহ সংগীতত লোকবাদ্যক গুৰুত্ব দিছে, ৰাগ ব্যৱহাৰেৰে কাহিনীক গতি দিছে। গতি দিছে গীতেৰে। গীতেৰে কাহিনী কৈছে। হীৰেন ভট্টাচাৰ্যৰ কথাৰে (কবিতা) চিত্ৰায়ণ কৰা "তুমি দুচকুত কাজল ল'লে..." গীতটো গল্পৰ আঁতৰৰ কিন্তু অলংকাৰ। এই খিনিতে কব লাগিব মূল অলংকাৰ বৰ্ষা বাহাৰৰ অভিনয়। প্ৰতিটো মূহুৰ্ততে বাস্তৱত থাকি আছৰণ কৰিছে। আমি কব পাৰো সফল --realistic acting (বাস্তৱসম্মত অভিনয়)। চুই গৈছে ৰাহুল গৌতম শৰ্মা আৰু গুণগুণৰ অভিনয়ে।
বিপৰীতে ভাল নালাগিল (আমাৰ ধাৰণাত চিনেমেটিক গতিত যতি পৰিছে) মনৰ কথা কব পৰা ঘৰটোত যেতিয়া নিষ্ঠাই নিজৰ প্ৰেমৰ কথা কৈছিল, সেই দীৰ্ঘ ছিকুৱেঞ্চটো। আৰু আমাৰ ধাৰণাত নিষ্ঠা--বাবা দাদাক মুখামুখী কৰোৱাৰ প্ৰয়োজন না��িল।
চিনেমা খন চোৱাৰ পাছত মনৰ মাজত লৈ আহিছিলোঁ ধেৰ চিনেসৌন্দৰ্য আৰু এটা প্ৰশ্ন-- চিনেমা খনত এটা ঘৰ দেখুৱাইছে, যিটো ঘৰৰ দুৱাৰ সকলোৰে বাবে খোলা, যিটো ঘৰত সকলোৱে মুকলিকৈ মনৰ কথা কব পাৰে। তেনে ঘৰ কৰোবাত আছে জানো! থাকিবয়ো পাৰে! --তেনে ঘৰৰ প্ৰয়োজন আছে আজিৰ সমাজত।
শেষত:
--এই খন এই প্ৰজন্মৰ চিন্তাৰ চিনেমা। এই প্ৰজন্মৰ মনৰ "সমস্যা"ৰ চিনেমা। অভিভাৱক সকলে চোৱা উচিৎ। অভিভাৱকে অনুভৱ কৰিব নোৱাৰাৰ দোষতে এই প্ৰজন্ম বহুতৰে মাজত থাকিয়ো অকলশৰীয়া হৈছে নেকি? মনৰ মাজত বাজি আছে আত্মহত্যাৰ চেষ্টা কৰা নিষ্ঠৰ মনৰ কথা, মাকক কান্দি কান্দি কয়--, তাইৰো জীয়াই থকাৰ মন, মৰমৰ মাজত।
Tumblr media
2 notes · View notes
newsnuki · 7 months
Text
সন্ধ্যা মুখোপাধ্যায়ের মৃত্যুবার্ষিকী: অমর সুরের স্মৃতি
সন্ধ্যা মুখোপাধ্যায়, একজন অসাধারণ বাঙালি গায়িকা, যার গানের মাধুর্যে হৃদয় জুড়ে যায় প্রতেক শ্রোতার। তার গানের মধুর সুর একবার শুনলে সেটি ভুলে যাওয়া খুবি মুশকিল। সন্ধ্যা মুখোপাধ্যায়ের গানগুলি রবীন্দ্র সঙ্গীত, লোক গীতি এবং আধুনিক বাঙালা সঙ্গীতের একত্রিত মিশ্রণ নিয়ে প্রতিষ্ঠিত।
Tumblr media
সন্ধ্যা মুখোপাধ্যায় বাংলা গান ব্যাবহার করা হয়েছে অনেক বিখ্যাত বাংলা ছবির মধ্যে যা ছবির প্রেমিক এবং প্রেমিকার কেমিস্ট্রিকে আরও গভীর করে তলে। সন্ধ্যা মুখোপাধ্যায়ের গানগুলির মধ্যে এই পথ যদি না শেষ হয়, অরো কিছু খন না হয় রহিতে কছে, কে তুমি আমারে ডাকো, ইত্যাদি গান ছিল খুবি জনপ্রিয়।
Also, do watch this related video down below
youtube
দুর্ভাগ্যবসত আমাদের সন্ধ্যাতারা সন্ধ্যা মুখোপাধ্যায় আজ এই দুনিয়াতে নেই। একটি বেসরকারি হাসপাতালে COVID-19 এর সময় হৃদ রোগে তিনি মারা যান। তার মৃত্যু সম্পর্কে এবং ছোটবেলাতে কিভাবে তিনি এই গানের জগতে প্রবেশ করলেন তা জানতে ক্লিক করুন sandhya mukhopadhyay death
0 notes
shipon2004 · 8 months
Text
DataBaseHelper class . java---------------
Tumblr media
public class DataBaseHelper extends SQLiteOpenHelper {
public DataBaseHelper(Context context) { // টেবিল এর নাম digital_moneybag super(context, "digital_moneybag", null, 1); }
@Override public void onCreate(SQLiteDatabase db) { // এখানে দুইটি টিবিল তৈরি করা হইছে । একটি নাম: expense ও আরেক টির নাম income । চারটি কলাম নেয়া হইছে id,amount,reason, time; db.execSQL("Create table expense (id INTEGER primary key autoincrement, amount DOUBLE, reason TEXT,time DOUBLE )"); db.execSQL("Create table income (id INTEGER primary key autoincrement, amount DOUBLE, reason TEXT,time DOUBLE )");
}
@Override public void onUpgrade(SQLiteDatabase db, int oldVersion, int newVersion) { // ইরর বা কোনো সমস্যর জন্য এটি ডিলিট করে দেয় db.execSQL("drop table if exists expense"); db.execSQL("drop table if exists income");
}
// ----------------------- --------------------------- public void addExpense(double amount,String reason){
// টেবিল এর মধ্যে ডাটা ইন্সাট করানে হলো SQLiteDatabase db=this.getWritableDatabase();
ContentValues values=new ContentValues(); // ContentValues এটি hasmap এর কাজ করে values.put("amount",amount); values.put("reason", reason); values.put("time",System.currentTimeMillis()); db.insert("expense",null,values);
// db.insert এরে লিষ্ট এর মতো কাজ করে ------------ } //- ----------------------------------------------------------- // ----------------------- --------------------------- public void addIncome(double amount,String reason){
// this.getWritableDatabase(); এটার মানে হলো ডাটাবেজ এর মধ্যে ডাটা ডোকানো / ডাটা লিখা -- SQLiteDatabase db=this.getWritableDatabase(); ContentValues values=new ContentValues(); values.put("amount",amount); values.put("reason", reason); values.put("time",System.currentTimeMillis()); db.insert("income",null,values);
} //- ----------------------------------------------------------- //=================================================================== public double calcularTotalExpense(){
double totalExpense=0;
// this.getReadableDatabase(); এটার মানে হলো ডাটাবেজ এর মধ্যে ডাটা খুজে বাহির করা / পড়া SQLiteDatabase db=this.getReadableDatabase(); Cursor cursor=db.rawQuery("select * from expense",null);
if (cursor!=null && cursor.getCount()>0){ while (cursor.moveToNext()){// while এর মানে হলো যত খন পর্যন্ত কলাম শেষ না হবে ততখন পর্যন্ত কন্ডিশন চালো রাখা double amount=cursor.getDouble(1); totalExpense=totalExpense +amount; }
} return totalExpense;
} // ---------------------------------- //=================================================================== public double calcularTotalIncome(){
double totalIncome=0;
SQLiteDatabase db=this.getReadableDatabase(); Cursor cursor=db.rawQuery("select * from income",null);
if (cursor!=null && cursor.getCount()>0){ while (cursor.moveToNext()){ double amount=cursor.getDouble(1); totalIncome=totalIncome +amount; }
} return totalIncome;
} // ---------------------------------- public Cursor getAllExpense(){
SQLiteDatabase db=this.getReadableDatabase(); Cursor cursor=db.rawQuery("select * from expense",null);
return cursor; }
public Cursor getAllIncom(){ SQLiteDatabase db=this.getReadableDatabase(); Cursor cursor=db.rawQuery("select * from income",null); return cursor; }
public void deleteExpense(String id){
SQLiteDatabase db=this.getReadableDatabase(); db.execSQL("DELETE from expense where id like "+id);// এই লাইনটার মানে হলো ডাটা বেজ থেকে ডাটা ডিলিট করা -- } public void deleteIncome(String id){
SQLiteDatabase db=this.getReadableDatabase(); db.execSQL("DELETE from income where id like "+id);
}
0 notes
findmyindia · 11 months
Text
অসমীয়া কবিতা :পাহৰোঁ বুলিয়েই জানোঁ পাহৰিব পাৰি
পুৰণি কেলেণ্ডাৰ খন পেলাই দি
নতুনখন গজালত ওলোমাই দিলোঁ
আৰু পুৰণিৰ সকলো দুখ বিষাদ
পাহৰি পেলাবলৈ চেষ্টা কৰিলোঁ।
কিন্তু.....
কিন্তু পাহৰোঁ বুলিয়েই জানোঁ পাৰি
পাহৰি পেলাব অতীতৰ মিঠা স্মৃতি!
কিছু তিতা, কেহা, দুখ ,বিষাদ আতৰাইমিঠা স্মৃতি বোৰক ৰাখোঁ বুকুত সাৱটি।
বেয়া নাথাকিলে ভাল কিবা আছে বুলি
অনুভৱ জানোঁ কৰিব পাৰিলোঁ হেতেন
আন্ধাৰ নাথাকিলে পোহৰৰ মাদকতাক'ত বাৰু বিচাৰি পালোঁহেতেন!
দুখ অবিহনে সুখৰ নাই তেনেই মূল্য
দুখৰ বাবেইতো সুখ আমাৰ অমূল্য
বিষাদ অবিহনে যিদৰে হৰ্ষৰ নাই মজা
মানৱ জীৱন সেয়ে সুখ দুখেৰে সজা।
পোৱা- নোপোৱা, সুখ দুখ, হৰ্ষ -বিষাদ
সকলো সামৰিয়েইতো মানৱ জীৱন
পুৰণিক পাহৰি নতুনক আকোঁৱালি লোৱা
এইয়াকো প্ৰকৃতিৰ চিৰাচৰিত নিয়ম।
ভাৰতী শৰ্মা।গুৱাহাটী (উলুবাৰী) ।
Tumblr media
0 notes
kanhudas · 1 year
Text
Tumblr media
#नवरात्रि_पर_पाएं_ज्ञानगंगा
মাতা দুৰ্গা ( অষ্টাঙ্গী ) ৮ খন হাত আৰু ৬৪ কলা-শক্তি যুক্ত, তেন্তে সেই পূৰ্ণ মোক্ষদায়ক পৰমাত্মা কোন যি অনন্ত হাত আৰু কলাৰ স্বামী ?
এই গূঢ় ৰহস্য জানিবলৈ অৱশ্যে পঢ়িব পবিত্ৰ পুথি জ্ঞানগঙ্গা।
0 notes
sikhla · 1 year
Text
#नवरात्रि_पर_पाएं_ज्ञानगंगा
মাতা দুৰ্গা ( অষ্টাঙ্গী ) ৮ খন হাত আৰু ৬৪ কলা-শক্তি যুক্ত, তেন্তে সেই পূৰ্ণ মোক্ষদায়ক পৰমাত্মা কোন যি অনন্ত হাত আৰু কলাৰ স্বামী ?
Tumblr media
এই গূঢ় ৰহস্য জানিবলৈ অৱশ্যে পঢ়িব পবিত্ৰ পুথি জ্ঞানগঙ্গা।
0 notes
imikon · 1 year
Text
0 notes
alibaba1xk · 1 year
Text
বুবলীর সঙ্গে আমার অধ্যায় পুরোপুরি শেষ: শাকিব খান
চিত্রনায়ক শাকিব খান ও চিত্রনায়িকা শবনম বুবলীর মধ্যে দূরত্ব আরও বেড়ে গেলো। দুই তারকার সম্পর্ক নিয়ে শোবিজে জল কম ঘোলা হয়নি। এবার নিজের রঙিন অধ্যায় থেকে চিরতরে নায়িকাকে মুছে দেওয়ার ঘোষণা দিলেন কিং খান। জানালেন, বুবলীর সঙ্গে তিনি আর কোনো সিনেমাতে কাজ করবেন না, এটাই তার চূড়ান্ত সিদ্ধান্ত। চিত্রনায়ক বলেন, ‘বুবলীকে আমার সঙ্গে আর অনস্ক্রিন-অফস্ক্রিন কোথাও দেখা যাবে না।’ স্পষ্টভাবে শাকিব খান…
Tumblr media
View On WordPress
0 notes
Text
ফাঁস হল 'পাঠান'-এর ট্রেলার! লাইমলাইটে শাহরুখ খান
ফাঁস হল ‘পাঠান’-এর ট্রেলার! লাইমলাইটে শাহরুখ খান
পাঠান ট্রেলার লিক: শাহরুখ খান ও দীপিকা পাড়ুকোন অভিনীত বহুল প্রতীক্ষিত সিনেমা ‘পাঠান’-এর ট্রেলার লঞ্চের আগেই ফাঁস হয়েছে। এই ফাঁস হওয়া ট্রেলার ফলোয়ারদের রোমাঞ্চ আরও বাড়িয়ে দিয়েছে। ট্রেলারের মধ্যে, শাহরুখ খানকে পেশীবহুল শরীরে শত্রুদের ছক্কা মেরে ফেলতে দেখা যাচ্ছে। পাঠান ট্রেলার লিক সত্য হল, খুব বেশি দিন আগে একটি টুইটার চুক্তি থেকে একটি ক্লিপ লঞ্চ করা হয়েছে যাতে দাবি করা হয়েছে যে এটি শাহরুখ…
Tumblr media
View On WordPress
0 notes
utpalmena · 1 month
Text
।। "এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ।।
Tumblr media Tumblr media Tumblr media
--উৎপল মেনা
"এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰজত কমল। চিনেমা খনৰ পৰিচালক কুলনন্দিনী মহন্ত। চিনেমা খনৰ লেখক "কথানদী", "আমিষ"ৰে চৰ্চালৈ অহা পৰিচালক ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্ত। স্বাভাৱিকতে "এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ"ৰ গল্পৰ গতি, বিষয়বস্তুত আমি অনুভৱ কৰিছিলোঁ নতুন চিনেচিন্তা। তেনেদৰে পৰিচালকেও চিনে গল্পটোক গতি দিছে নতুন বাট কাটি। পৰিচালকে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়, সংগীত ইত্যাদি। চৰিত্ৰ নিৰ্মান কৰিছিল কেনী বসুমতাৰী, মনোজ বৰকটকী, ৰুবুল বড়ো, নিতালী দাস, প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, মণীষা ভূঞা আদিক লৈ। ৰূপালী গল্পটোৰ মূল বিন্দু --এগৰাকী কিশোৰী। মনত ক্ষোভ! ক্ষোভ বিদ্ৰোহলৈ ৰূপান্তৰ হয়, আৰু এদিন মাজনিশা ঘৰ এৰে। ঘৰ এৰি যাত্ৰা কৰে ৰহস্যময় মাছৰ সন্ধানত, আইতাকৰ সৈতে। কিশোৰী আৰু আইতাকৰ পিছ লয় এগৰাকী আৰক্ষীয়ে। কাহিনীয়ে গতি লয়, দৰ্শকে জানিব পাৰে-- (কাকতালীয়ভাৱে) কিশোৰী গৰাকীৰ মাক, আইতাকৰ জীয়েক আৰক্ষী গৰাকী। মজাৰ চিনে যাত্ৰা জটিল মানৱীয় আৱেগেৰে সিক্ত। মধুৰ চিনে অনুভৱ! কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে ৰূপালী গল্পটোক গতি দিছে গীতেৰে। ব্যৱহাৰ কৰা গীতৰ লগতে বেছহোলৰ (মনদ্বীপ তাৰো) আৱহ সংগীত চিনেমা খনৰ আন এক সৌন্দৰ্য। উল্লেখ্য যে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি  ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)। ১১৫ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৭ জুন ২০২২-ত। স্থানীয় বজাৰত চিনেমা খনৰ ব্যৱসায় আছিল-- "এভাৰেজ"। 
0 notes
saraaxom · 1 year
Text
প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ? ইয়াৰ ৰচক কোন? What is The Name of The First Assamese Grammer ? Who wrote it ?
প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ? ইয়াৰ ৰচক কোন? What is The Name of The First Assamese Grammer ? Who wrote it ? click the link to know more
প্ৰথম অসমীয়া ���্যাকৰণ খনৰ নাম কি ? ইয়াৰ ৰচক কোন? প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম হল “A Grammar of Assamese Language“। By উইলিয়াম ৰবিন্সন। এই ব্যাকৰণ খন অসমীয়া ভাষাৰ ব্যাকৰণে আলোচনা কৰে আৰু ভাষাৰ নিয়ম-নীতি, ব্যাকৰণিক মানসমূহ আদিৰ প্ৰাথমিক জ্ঞান আপোনাৰ বুকুত যোগ কৰাত সাহায্য কৰিব পাৰে। এই ব্যাকৰণ খনটো অসমীয়া ভাষা শিক্ষাৰ্থীসকলক উচ্চ মাধ্যমিক স্তরৰ পাঠ্যপুস্তক হিচাপে ব্যবহৃত হৈ থাকে। এই ব্যাকৰণ…
Tumblr media
View On WordPress
0 notes
newshuntne · 2 years
Link
0 notes
thunderrabby-blog · 2 years
Text
রোহিঙ্গা ক্যাম্পে চার মাসে ১৭ খুন
রোহিঙ্গা ক্যাম্পে চার মাসে ১৭ খুন
কক্সবাজারের উখিয়া ও টেকনাফের রোহিঙ্গা ক্যাম্পগুলোতে সাম্প্রতিক সময়ে বেশ কয়েকজন  মাঝিকে (নেতা) হত্যা করা হয়। গত চার মাসে রোহিঙ্গা ক্যাম্পে মোট ১৭ জন খুন হয়েছেন। এতে ক্যাম্পসমূহে আতঙ্ক বিরাজ করছে… #রহঙগ #কযমপ #চর #মস #১৭ #খন
Tumblr media
View On WordPress
0 notes
felixolaniyi · 2 years
Photo
Tumblr media
গীতমালা ৮১: ১০ "মই প্ৰভু তোমাৰ ঈশ্বৰ, যিয়ে তোমাক মিচৰৰ দেশৰ পৰা উলিয়াই আনিছিল: তোমাৰ মুখ খন বহলকৈ খোলক, আৰু মই ইয়াক পূৰণ কৰিম।" (at Tinsukia City) https://www.instagram.com/p/ClfWf8qpyDr/?igshid=NGJjMDIxMWI=
0 notes