anuuragadhikari
Anurag Adhikari
6 posts
Don't wanna be here? Send us removal request.
anuuragadhikari · 2 months ago
Text
"আমি অসমীয়া, নহওঁ দুখীয়া
বুলি সান্তনা লভিলে নহ'ব।
আজিৰ অসমীয়াই নিজক নিছিনিলে
অসম ৰসাতলে যাব।।"
নানা জাতি- উপজাতি, ভাষা - গোষ্ঠীৰে সন্মিলিত অসম ভাষাৰ এক সমন্বয় ক্ষেত্ৰ। অসম নামটোৰ আঁৰৰ কাহিনী যিদৰে বিশেষ সেইদৰে 'অসমীয়া' ভাষাৰ কাহিনীও সুকীয়া। অসমীয়া মোৰ তথা আমাৰ স্থানীয় ভাষা, ইয়াৰ গুৰুত্ব বুজিবলৈ প্ৰথমে আমি ইয়াৰ ইতিহাস জনাটো খুবেই প্ৰয়োজন। স্থানীয় ভাষাটো এটা জাতিৰ মেৰুদণ্ড বুলি কলেও ভুল নহব, ভাষা অবিহনে জাতিটোৰ অস্থিত্ব ঘুনীয়া হৈ পৰিব। সেয়েহে অসমীয়া ভাষাই "ধ্ৰুপদী" মৰ্য্যদা লাভ কৰাৰ পিছত যিদৰে আমি আটাইয়ে আনন্দিত হৈছিলো ঠিক তেনেদৰেই স্থানীয় ভাষাৰ সদ ব্যৱহাৰেৰে আমাৰ মাতৃ ভুমি অসম আৰু অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ হকে চিৰ প্ৰতিজ্ঞ হোৱাটো আমাৰ বাবে খুবেই প্ৰয়োজন। "ভাষাই আমাৰ প্ৰাণ, ভাষাই আমাৰ মান"।।
জয় আই অসম
- অনুৰাগ অধিকাৰী , ছাত্ৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
0 notes
anuuragadhikari · 1 year ago
Text
আপোন মানে কি?
আপোন মানে এশাৰ মাত যাৰ পিছফালে লুকাই থাকে হাজাৰ মাদকতা, আপোন মানে সেইখিনি ধৈৰ্য যিখিনিয়ে জীয়াবলৈ নতুন আশা দিয়ে, আপোন মানে সেইগৰাকী যিয়ে হাজাৰ প্ৰত্যাহ্বান নেওচি আপোনাৰ ওচৰ চাপে। হয়টো আপোনক কেতিয়াবা আপোনাৰ ওচৰত নাপাব কিন্তু আপোনৰ সেই আপোন অনুভৱেহে আপোনাক জীয়াই ৰাখিব।।
আপোন হবলৈ শিকক আপোন হৈ থাকিবলৈ দিয়ক।।🤍🌼
0 notes
anuuragadhikari · 1 year ago
Text
মানুহ এটা জীৱিত কাহিনী।
0 notes
anuuragadhikari · 2 years ago
Text
The Days that breaks you are the days that makes you.
0 notes
anuuragadhikari · 3 years ago
Text
कभी कभी बेहद आसान होता हैं मर जाना
और बेहद कठिन जिंदा रहना।
कठिनाई में जीने का जो मजा हैं
उसे ही जिंदगी कहते हैं।♥️
0 notes
anuuragadhikari · 3 years ago
Text
In wadiyon mein takra ke. Jivan ne naya modh le liya hain ✨
Tumblr media
1 note · View note